নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ২৩ জানুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ  বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ ২৩ জানুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই দিনতে উজনি অসমৰ যোৰহাট, অথবা শিৱসাগৰ জিলাৰ কোনো এক স্থানত জনসভাত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৰগাওঁ এক স্থান পৰিদৰ্শন কৰে আৰু লগতে জানিবলৈ দিয়ে যে অতি সোনকালে প্ৰধানমন্ত্ৰী গৰাকীৰ সভাৰ চূড়ান্ত স্থান নিৰ্ণয় কৰা হ’ব।

You might also like