নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব৷ কর্মক্ষেত্রত কর্মযোগ দেখা যায়৷ বিদ্যাত শুভ৷ শত্রু বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
বৃষ: বিদ্যাত সুফল পাব৷ ব্যৱসায়ীসকলে নতুন নতুন সুযোগ পাব পাৰে৷ কর্মক্ষেত্রত কোনো প্রসংগত অসুবিধাৰ সন্মুখীন হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
মিথুন: দুই–এটা সম্ভাব্য যোগাযোগৰ দ্বাৰা আনন্দিত হ’ব৷ পাৰিবাৰিক সমস্যা থাকিব৷ শৰীৰৰ প্রতি যত্ন লওক৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৮৷
কর্কট: আত্মীয়ৰ পৰা শুভ সংবাদ পাব৷ কর্মস্থানত কোনো প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব পাৰিব৷ আর্থিকত শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷
সিংহ: কোনো শুভ সংবাদ পাব পাৰে৷ পাৰিবাৰিক শুভ কিন্তু পৰিৱেশ অনুকূল থাকিব৷ আর্থিক দিশত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কন্যা: কর্মসূত্রে দূৰ ভ্রমণ কৰিব পাৰিব৷ বঞ্চিত কর্মৰ উন্নতিৰ যোগ আছে৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
তুলা: শৰীৰ কিছু উন্নত হ’ব৷ যোগ্য ব্যক্তিৰ মান–সন্মান বাঢ়িব৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বাঢ়িব৷ কর্মক্ষেত্রত উন্নতি হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃশ্চিক: ব্যৱসায়ত মাধ্যম৷ বিদ্যার্থীসকল সতর্ক থাকক৷ পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
ধনু: ব্যৱসায়িক ক্ষেত্রত নিজৰ দক্ষতা বজাই ৰাখক৷ দূৰ সম্পর্কীয় আত্মীয়ৰ পৰা কষ্ট পাব পাৰে৷ শত্রুক প্রশ্রয় নিদিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
মকৰ: কর্মক্ষেত্রত মধ্যম যদিও ২ বজাৰ পিছত ভাল দেখা যায়৷ মনৰ শান্তি অটুট ৰাখক৷ বন্ধুবর্গৰ পৰা দূৰত থাকক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
কুম্ভ: বুদ্ধিজীৱী আৰু পৰিৱেশপ্রেমীৰ বাবে অনুকূল সময়৷ বন্ধুৰ উপদেশত উন্নতি কৰিব পাৰিব৷ হঠাৎ দুশ্চিন্তা বৃদ্ধি পাব৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷
মীন: দিনটোত আশা কৰা ধৰণে ধনৰ আগমন হ’ব৷ অযথা চিন্তাই ক্ষতি কৰিব৷ সন্তানৰ বাবে শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৮৷

You might also like