নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪–৫ মার্চত ব্যৱহাৰিক পৰীক্ষা

হাইস্কুল–হাইমাদ্রাছা

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ  চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অহা ৪ আৰু ৫ মার্চৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সেইদৰে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব অহা ১১ মে’ৰ পৰা৷ তদুপৰি ইচ্ছুক পৰীক্ষার্থীৰ বাবে ডিচা পৰীক্ষা (চাইক’মেট্রিক টেষ্ট) অহা ২ জুনত অনুষ্ঠিত হ’ব৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিবে এক গোহাৰিযোগে এই কথা সদৰী কৰিছে৷

You might also like