নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ সকলো ছুটী বাতিল

  • অসম আৰক্ষীৰ সকলো ছুটী বাতিল। মুখ্য কাৰ্যালয়ে বাতিল কৰিলে সকলো ছুটী।
  • শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।
  • সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
  • বৰ্তমানৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে সকলো ধৰণৰ ছুটী বাতিল কৰা হৈছে।
  • আগতে অনুমোদিত কেজুৱেল ছুটী, ষ্টেচন ছুটী বাতিল কৰা হৈছে।
  • স্বাস্থ্য সম্পৰ্কীয় জৰুকালীন সেৱাৰ বাদে সকলো ছুটী বাতিল কৰা হৈছে।
  • শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like