নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দেশত UNLOCK-2.0

নিয়মীয়া বাৰ্তা, ১জুলাইঃ আজিৰে পৰা দেশত আৰম্ভ হ’ল UNLOCK-2.0। নতুন নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ। দেশজুৰি ক’ৰনাত আতংক চলি থকাৰ সময়তে এই সিদ্ধান্ত।  সেই অনুসৰি ৩১ জুলাইলৈ বন্ধ থাকিব স্কুল-কলেজ, চিনেমা হল, জীম, ছুইমিং পুল, পাৰ্ক আৰু বাৰ। আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও বন্ধ থাকিব।

কন্টেইমেণ্ট জ’ন সমূহতো ৩১ জুলাইলৈ লক ডাউন অব্যাহত থাকিব। বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। মেট্ৰ’ ৰে’লসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত কেন্দ্ৰৰ। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে সঘনে হাত পৰিস্কাৰ কৰি থাকিবলৈ আহ্বান।

You might also like