নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত ভিজিলেঞ্চৰ জালত জলসিঞ্চনৰ সহকাৰী অভিযন্তা মৃদুল দেউৰী

নিয়মীয়া বাৰ্তা, ১০ মেঃ

গোৰেশ্বৰত CM ভিজিলেঞ্চৰ জালত জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা মৃদুল দেউৰী ।

২০০০০(বিশ হাজাৰ) টকা উৎকোচ লৈ হাতে লোতে ধৰা পৰে অভিযন্তা গৰাকী ।

জলসিঞ্চন বিভাগৰ শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত কৰ্মৰত আছিল (AE) সহকাৰী অভিযন্তা মৃদুল দেউৰী ।

প্ৰেৰক বিজয় ৰাজবংশী

You might also like