নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি-ৰ গাইনদীৰ ৰেল দলঙৰ সমীপত যুৱতীৰ মৃতদেহ উদ্ধাৰ

  • ধেমাজি গাইনদীৰ ৰেল দলঙৰ সমীপত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
  • যুৱতীগৰাকীৰ পৰা পোৱা আধাৰ কাৰ্ডৰ পৰা তথ্য মতে যুৱতীগৰাকীৰ নাম জ্যোতিকা কলিতা।
  • যুৱতীগৰাকীৰ ঘৰ জামুগুৰি পাঁচআলিৰ শিলআলি মাজগাঁৱত।
  • যুৱতীগৰাকীক কোনো লোকে হত্যা কৰি পেলাই থোৱাৰ সন্দেহ কৰা হৈছে।
  • যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে এখন স্কুটী উদ্ধাৰ কৰা হৈছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ

You might also like