নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰিল মালবাহী ট্ৰাক, চালক আহত

  • ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন মালবাহী ট্ৰাক
  • ফলত গুৰুতৰভাৱে আহত হয় গাড়ীখনৰ চালক
  • স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি ডবকা সামূহিক চিকিৎসালয়লৈ প্ৰেৰন কৰে
  • দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS-01RC-7009
  • গাড়ীখন কাৰ্বিআংলঙৰ পৰা ডবকা অভিমুখে আহি থকা অৱস্থাতে শালবাগানত দুৰ্ঘটনাটো সংঘটিত হয়
  • চালকৰ টোপনি অহাৰ ফলতেই গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে
  • ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ

You might also like