নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি শিৱসাগৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, হিতাধিকাৰীক অনুদান পত্ৰ প্ৰদান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৰীৱ কল্যাণ সন্মিলনৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অনুষ্ঠান সম্বোধন।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ৩২,৫০০ টকাৰ অনুমোদন পত্ৰ প্ৰদান।

অসমৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১১ নং কিস্তিৰ অনুমোদন পত্ৰও প্ৰদান।

অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়কদ্বয় সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰৰ লহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like