নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বৰা ৰাজ্যৰ নতুন গৃহ সচিব

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সচিব হিচাপে নতুনকৈ নিযুক্তি দিয়া হৈছে আই পি এছ বিষয়া দিগন্ত বৰাক৷ ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগৰ সচিবে এক নির্দেশনাযোগে আই পি এছ বিষয়াগৰাকীক আজি গৃহ সচিব হিচাপে নিযুক্তি দিয়ে৷ তেওঁ অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক (প্রশাসন) হিচাপে দায়িত্ব পালন কৰি আছিল৷

You might also like