নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত জব্দ হেৰ’ইনসহ বৃহৎ সংখ্যক নিচাযুক্ত টেবলেট

  • বোকাজানত খটখটি আৰক্ষীয়ে জব্দ কৰে হেৰ’ইনসহ বৃহৎ সংখ্যক নিচাযুক্ত টেবলেট
  • এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিক্তিত খটখটিত আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান
  • মণিপুৰৰ পৰা অহা দুখনকৈ ট্ৰাকত নিচাযুক্ত সমগ্ৰীখিনিৰ সৈতে আটক কৰা হৈছে তিনিজন সৰবৰাহকাৰী
  • MN-01-9912 নম্বৰৰ ট্ৰাকখনৰ পৰা 55 টা চাবোনৰ বাকচত উদ্ধাৰ কৰা হৈছে 757 গ্ৰাম হেৰ’ইন
  • আনহাতে NL-02-N-3758 ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ত্ৰিশ হাজাৰ য়াবা টেবলেট
  • ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ ইছলাম উদ্দীন, মহম্মদ ছামিৰ আৰু মহম্মদ মানাওবি
  • জব্দকৃত ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ৭ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ

You might also like