নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AJPৰ পতাকা আৰু নীলা লুঙী একেইঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা. ৫ নবেম্বৰঃ নৱ-গঠিত AJP দলৰ পতাকা আৰু খচৰা উন্মোচন কৰা হয়। দলটোৰ কেইবাজনো নেতা-কৰ্মীৰ উপস্থিতিত বুধবাৰে উন্মোচন কৰে। এই সন্দৰ্ভত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নীলা লুঙী আৰু নীলা পতাকা একেই। ৰাইজে ছচিয়েল মিডিয়াত এই সন্দৰ্ভত আলোচনা কৰি আছে।

অসমত এতিয়াও বিজেপিয়ে ১০০খন আসন পোৱাৰ পৰ্যায়ত আছে। কংগ্ৰেছে ৫বছৰত মোগলক বহু দূৰলৈ আনিলে। শিপাই শিপাই তেওঁলোক এতিয়া সোমাই গ’ল। তেওঁলোকক খেদিবলৈ আৰু ৫বছৰ লাগিব। কেৱল সময়েই নহয় ডিলিমিটেশ্বন কমিটি NRC আদি সকলো লাগিব তেতিয়াহে আমি মোগলক খেদিব পাৰিম বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

 

 

 

You might also like