নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ চাৰিআলিৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ ‘3-D’ দৃশ্যাংশ শ্বেয়াৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ৰাজ্যত নতুনকৈ স্থাপন হ’ব কেইবাখনো মেডিকেল কলেজ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে নতুনকৈ প্ৰস্তাবিত বিশ্বনাথ মেডিকেল কলেজৰ কিছু দৃশ্যাংশ।

টুইটাৰ আৰু ফেচবুকযোগে এই দৃশ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য । ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এয়া এক নিশ্চয়কৈ ভালখবৰ।

You might also like