নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: বাণিজ্য, আর্থিক আৰু কর্মক্ষেত্র শুভ হ’ব৷ ৰঙা কাপোৰ পিন্ধিব৷ প্রাপ্যধন লাভৰ সম্ভাৱনা আছে৷ শুভ সংখ্যা ৫৷
বৃষ: বিদ্যাত শুভ৷ দাম্পত্যত কিছু ভাল ফল পাব৷ তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
মিথুন: সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো শুভ৷ আকস্মিক সংবাদে আপোনাক অতি আনন্দিত কৰিব৷ যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব, শুভ হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
কর্কট: শাৰীৰিক দুর্বলতা থাকিব৷ কর্মস্থানত আয় বৃদ্ধি৷ আচৰিত কথাৰ সম্ভেদ পাব৷ প্রেমত অস্থিৰতা থাকিব৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৬৷
সিংহ: মনৰ অশান্তি হ’ব পাৰে৷ পৰাপক্ষত স্পষ্ট হ’বলৈ চেষ্টা কৰিব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
কন্যা: কর্মত নিজৰ যোগ্যতাত উন্নতিৰ কাৰণ৷ ঘৰুৱা সমস্যা থাকিব৷ প্রেমত বাধা৷ যাত্রাত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷
তুলা: মনত হতাশা আৰু চিন্তা থাকিব৷ আর্থিকত বেয়া নহয়৷ কর্মক্ষেত্রত উন্নতিৰ যোগ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৭৷
বৃশ্চিক: আর্থিক, বাণিজ্যিক দিশত কঠিন পৰিশ্রম কৰিব লাগিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷
ধনু: শাৰীৰিক দিশত অলপ অশান্তিত ভুগিব পাৰে৷ ৰাজহুৱা কামত যোগাযোগৰ সম্ভাৱনা আছে৷ কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷
মকৰ: নিজৰ মান–সন্মানৰ ক্ষেত্রত সচেতন হ’ব৷ উত্তৰ দিশে যাত্রা নকৰিব৷ ব্যৱসায়ত মধ্যম উন্নতি৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
কুম্ভ: পুৰণি ৰোগৰ পৰা মুক্ত হ’ব৷ ঘৰুৱা পৰিৱেশ ইমান ভাল নহ’ব৷ আর্থিক লেনদেন সমাধান হ’ব৷ দূৰ ভ্রমণৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
মীন: বিশেষ ঘটনাই মনত অস্থিৰতা সৃষ্টি কৰিব পাৰে৷ ব্যৱহাৰিক দিশত শান্তি থাকিব৷ কোনো দূৰ বার্তাত আনন্দ লাভ কৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৬৷

You might also like