নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: সুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্রমণ কৰিব৷ ৰঙা বস্তু দান কৰক, ব্যয় বৃদ্ধি, শৰীৰ মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
বৃষ: কর্মচিন্তা উন্নত৷ মূল্যবান সম্পদ লাভ৷ বিদ্যাত শুভ৷ ভ্রমণৰ যোগ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷
মিথুন: বিদ্যাত শুভ৷ বন্ধুৰ পৰা উৎসাহ পাব৷ অর্থ নাশ৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৮৷
কর্কট: পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ বন্ধুবর্গৰ পৰা সাৱধান হওক৷ শৰীৰ কিছু যত্ন লওক৷ নতুন কর্ম সংস্থাপন৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
সিংহ: ভ্রমণত বাধা৷ আশাবাদী মন৷ কর্মত উন্নতি৷ ভ্রমণত সতর্ক হওক৷ আর্থিক শুভ৷ শুভ সংখ্যা ৭৷ শুভ ৰং পাতল নীলা৷
কন্যা: কর্মত উন্নত৷ বিদ্যা বুদ্ধিত শুভ৷ পূব দিশৰ পৰা ভ্রমণ কৰক৷ খরচ বৃদ্ধি৷ শুভ সংবাদ আনন্দিত কৰিব৷ শুভ সংখ্যা ৪৷ শুভ ৰং বগা৷
তুলা: কর্মযোগ্যতা বৃদ্ধি৷ বিদ্যা বুদ্ধিত উন্নতি৷ সন্মান বৃদ্ধি৷ গোপন শত্রু বৃদ্ধি৷ খরচ বৃদ্ধি৷ শুভ সংখ্যা ৯৷ শুভ ৰং মেৰুণ৷
বৃশ্চিক: মানসিক শান্তি বজাই ৰাখক৷ সন্মান বৃদ্ধি৷ ভ্রমণত মধ্যম৷ নতুন কর্ম সংস্থাপনৰ৷ শিৱ মন্ত্র স্মৰণ কৰক৷ শুভ সংখ্যা ১৷ শুভ ৰং পাতল গোলপীয়া৷
ধনু: শাৰীৰিক শান্তি, অর্থ লাভ৷ ভ্রমণত মধ্যম৷ দুষ্ট লোকৰ পৰা সাবধানে চক৷ তুলসীৰ জড়িত পানী দিয়ক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
মকৰ: সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি৷ ধৈর্যৰ প্রয়োজন৷ শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি৷ কর্মত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কুম্ভ: কর্মত উন্নতি৷ সন্তানক লৈ চিন্তা বৃদ্ধি৷ আয় বৃদ্ধি৷ পৰিৱেশ অনুকূল৷ ভ্রমণত শুভ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৪৷
মীন: আয়–ব্যয় সমতা ৰক্ষা কৰক৷ সন্মান বৃদ্ধি৷ যানবাহন ক্রয় কৰিব পাৰিব৷ কর্মন্নোতিৰ যোগ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷

You might also like