ছিংগাপুৰত কণ্ঠহীন অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ
গানেৰে জগত জিনি লাখ লাখ অনুৰাগীক কন্দুৱাই আমাৰ মাজৰ পৰা হেৰাই গল জুবিন গাৰ্গ। নৰ্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ আজি দুপৰীয়া দুঃসাহসিক স্কুভা ড্ৰাইভিঙত অংশগ্ৰহণৰ সময়তে ঘটিল এই অঘটনটো। অসমৰ কোনো লোকে কোনো কালে নভবা এই ঘটনাই জোকাৰি গৈছে। লাখ লাখ অনুৰাগীৰ হৃদয় উকা কৰি তেওঁ গলগৈ অজান মুলুকলৈ।
📌ছিংগাপুৰত দুৰ্ঘটনাত পতিত জুবিন গাৰ্গ
📌স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰিল জুবিন গাৰ্গ
📌ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জৰুৰীকালীন ভাৱে ভৰ্তি কৰায় চিকিৎসালয়ত
📌সংকটজনক অৱস্থাত বৰ্তমান ICU ত ভৰ্তি জুবিন গাৰ্গ
📌নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ।