নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ লৈ গ্ৰেপ্তাৰ ঘগ্ৰাপাৰৰ লাটমণ্ডল খগেন কলিতা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ নলবাৰী জিলাত ঘোচ লৈ আকৌ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত হাত দাঙিলে লাটমণ্ডলে৷ জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ মণ্ডল খগেন কলিতা জালত পৰিল ভিজিলেঞ্চৰ।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like