নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিচামুক্তি কেন্দ্ৰত বিবাহিত যুৱকৰ ৰহস্যজনক মৃত্যু

  • নগাঁৱৰ বেবেজীয়াৰ নিচামুক্তি কেন্দ্ৰত বিবাহিত যুৱকৰ ৰহস্যজনক মৃত্যু
  • মৃত যুৱকজন হৈছে নিজ ডিমৌৰ ভাস্কৰ ডেকা
  • বেবেজীয়াৰ ‘ডিভাইন এৱেকেনিং ৱেলনেছ ছ’চাইটী’ নামৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা
  • কেন্দ্ৰটোৰ বিৰুদ্ধে বেবেজীয়া আৰক্ষী চকীত এজাহাৰ দাখিল পত্নী বৰষা দেৱীৰ
  • যোৱা ১১ জুনত নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক
  • যুৱকজনৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ পৰিয়ালৰ
  • লোহাৰ সঁজুলিৰে আঘাত কৰাৰ অভিযোগ
  • আৰোগ্যৰ নামত শাৰীৰিক অত্যাচাৰ চলোৱাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পৰিয়ালে।

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like