নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওঁতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ দাম্পত্যত জটিলতা কম৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুতৰ নহ’লেও চিন্তা থাকিব৷ ৰঙা শুভ ৰং, ২ শুভ সংখ্যা৷
বৃষঃ যোৱা দিনৰ তুলনাত আজি ফৰকাল৷ ঘৰুৱা পৰিৱেশ আপোনাৰ অনুকূল৷ সতি–সন্ততিৰ বাবে বিশেষ দুর্ভাবনা দেখা নাযায়৷ কর্মক্ষেত্রত আপোনাৰ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব৷ ভ্রমণত সাৱধন হওক৷ বেঙুনীয়া শুভ ৰং, ৭ শুভ সংখ্যা৷
মিথুনঃ আর্থিক ক্ষেত্রত সাধাৰণ জটিলতা থাকিব৷ বুদ্ধিৰ অপব্যৱহাৰ হোৱাৰ আশংকা থাকিব৷ প্রেম–প্রীতিত মধ্যম মনোযোগ৷ ঘৰুৱা উন্নতিৰ প্রচেষ্টা৷ বন্ধুৰ আগমন৷ পাতল গুলপীয়া শুভ ৰং, ৯ শুভ সংখ্যা৷
কর্কটঃ আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক৷ বিদ্যাত তেনে আহুকাল দেখা নাযায়৷ বন্ধু–বর্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত হ’ব৷ নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক৷ বগা শুভ ৰং, ৪ শুভ সংখ্যা৷
সিংহঃ যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব৷ কর্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে৷ অৱশ্যে জটিল চক্রৰ সাৱধান হওক৷ ঘৰুৱা মধ্যম৷ সন্তানৰ শুভ৷ প্রেমত উৎসাহ৷ ৰঙা শুভ ৰং, ৫ শুভ সংখ্যা৷
কন্যাঃ দিনটো প্রায় ভালেৰে পাৰ হ’ব৷ বিদ্যাত কিছু সমস্যা আহিব পাৰে৷ কর্মস্থানত শৰীৰ ভালে ৰখাৰ যত্ন কৰক৷ ভ্রমণ সম্ভৱ৷ পিছে সাৱধান হওক৷ ক’লা শুভ ৰং, ১ শুভ সংখ্যা৷
তুলাঃ অশুভ প্রভাৱ হ্রাস পাব৷ বিদ্যার্থীয়ে আদৰ পাব৷ সংবাদত সুখী হ’ব৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ ঘৰুৱা জটিলতা সকলোৰে সমান হ’ব৷ ব্যৱসায়–বাণিজ্যত বেছি লাভৱান নহ’ব পাৰে৷ বগা শুভ ৰং, ২ শুভ সংখ্যা৷
বৃশ্চিকঃ মজলীয়া দিন৷ কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব৷ বিদ্যার্থীৰ সময়টো খুব বেয়া নহ’ব৷ দাম্পত্যত চঞ্চলতা থাকিব যদিও বিশেষ আহুকাল নাই৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ৷ ক্রীম বা হালধীয়া ৰং শুভ, ৪ শুভ সংখ্যা৷
ধনুঃ শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হোৱাৰ যোগ৷ পাৰিবাৰিক আৰু কর্মক্ষেত্রত ভালেই দেখা যায়৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত শুভ৷ পাতল নীলা শুভ ৰং, ৭ শুভ সংখ্যা৷
মকৰঃ মানসিক দিশত উন্নত দিন৷ বিদ্যাতো মনোযোগ বঢ়াব পাৰিব৷ শৰীৰৰ প্রতি বিশেষ চিন্তা নাই৷ দাম্পত্যত বুজা–পৰা থাকিব৷ কিবা প্রাপ্যাদি থাকিলে যত্ন কৰক৷ যোগাত্মক ফল পাব৷ গেৰুৱা বা বগা শুভ ৰং, ৩ শুভ সংখ্যা৷
কুম্ভঃ সম্ভাৱনীয় দিশত পোনে পোনে নহ’ব৷ নিজৰ বুদ্ধিত কিছু কৌশল প্রয়োগ কৰক৷ দাম্পত্যত সামান্য ওফন্দা–মিল দৃষ্টি হ’ব৷ সন্তানৰ ভালেই৷ আর্থিকত মধ্যম৷ আকাশীনীলা শুভ ৰং, ৮ শুভ সংখ্যা৷
মীনঃ কর্মত কোনো লোকৰ দ্বাৰা যাতে বাধা নাপায় লক্ষ্য কৰক৷ ঘৰুৱাত বেয়া নহ’ব৷ বিদ্যাত মন দিয়ক৷ শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ৷ ভ্রমণ হ’ব পাৰে৷ বগা শুভ ৰং, ১ শুভ সংখ্যা৷

You might also like