নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ বিদ্যাত বিশেষ বাধা নাই৷ শৰীৰৰ প্রতি সচেতন থকা ভাল৷ কর্মক্ষেত্রত কিছু অসুবিধা হ’ব পাৰে৷ আর্থিক মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
বৃষ ঃ কর্মত দায়িত্ব পালন কৰিলে শান্তি পোৱা যায়৷ ব্যৱসায় বাণিজ্যত মধ্যম৷ ব্যয় বৃদ্ধি হ’লেও যুক্তিসংগত কাৰণ থাকিব৷ গেৰুৱা শুভ ৰং৷ ৪ শুভ সংখ্যা৷
মিথুন ঃ পঢ়া–শুনাত মনোযোগ বৃদ্ধি কৰা উচিত৷ ব্যৱসায় বাণিজ্যত মধ্যম৷ ব্যয় বৃদ্ধি হ’লেও যুক্তিসংগত কাৰণ থাকিব৷ গেৰুৱা শুভ ৰং৷ ৪ শুভ সংখ্যা৷
কর্কট ঃ বিভিন্ন পৰিৱেশ–পৰিস্থিতিত মানসিক আনন্দৰ কাৰক হ’ব৷ কোনো পৰিৱর্তন অনুভৱ কৰিব নোৱাৰিব৷ শৰীৰ মধ্যম৷ বগা শুভ ৰং৷ ৭ শুভ সংখ্যা৷
সিংহ ঃ কোনো কাৰণত মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ উচ্চ শিক্ষাত কোনো বাধা নাই৷ প্রেমত দুর্বলতা থাকিব৷ আর্থিক মধ্যম৷ ৰঙা শুভ ৰং, ৮ শুভ সংখ্যা৷
কন্যা ঃ দিনটোত কিছু সমস্যা সৃষ্টি হ’ব পাৰে৷ আজিৰ দিনটোত খং দমন কৰিব৷ প্রেমত মধ্যম৷ সেউজীয়া শুভ ৰং৷ ১ শুভ সংখ্যা৷
তুলা ঃ যোগ্যজনৰ বিশেষ স্বীকৃতি লাভ৷ বিদ্যাত অনুকূল পৰিৱেশ৷ সন্তানৰ সাফল্য লাভ৷ বগা ৰং শুভ৷ ২ শুভ সংখ্যা৷
বৃশ্চিক ঃ আজিৰ দিনটোত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব৷ দাম্পত্যত মধ্যম৷ গেৰুৱা শুভ ৰং৷ ৮ শুভ সংখ্যা৷
ধনু ঃ কর্মত তৎপৰতা বৃদ্ধি হ’ব৷ গুৰুত্বপূর্ণ কর্ম সম্পাদনৰ পূর্বে যথেষ্ট বিচাৰ–বিবেচনা কৰিহে কৰিব৷ খৰচৰ মাত্রা বৃদ্ধি৷ ৰঙা শুভ ৰং৷ ৩ শুভ সংখ্যা৷
মকৰ ঃ পাৰিপার্শ্বিক পৰিস্থিতি অশান্তি আৰু কর্মৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ শিক্ষাৰ ক্ষেত্রত বাধা নাই৷ স্বাস্থ্যত মধ্যম৷ গেৰুৱা শুভ ৰং৷ ৮ শুভ সংখ্যা৷
কুম্ভ ঃ মানসিক দৃঢ়তা বজাই ৰখাৰ চেষ্টা কৰিব৷ কোনো যোগাযোগত উপকৃত হ’ব৷ ব্যৱসায় অনুকূল৷ পিতৃ–মাতৃৰ মধ্যম৷ নীলা শুভ ৰং৷ ১ শুভ সংখ্যা৷
মীন ঃ মাতৃৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা৷ দিনটোত নতুন যোগাযোগত সুফল পাব৷ কর্মপ্রার্থীৰ ভাল৷ ধনস্থান শুভ৷ হালধীয়া শুভ ৰং৷ ৫ শুভ সংখ্যা৷

You might also like