নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কর্মক্ষেত্র ভ্রমণৰ যোগ৷ হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব৷ প্রেমত আনন্দ দিব৷ বিদ্যাত শুভ৷ পাতল নীলা কাপোৰ পৰিধান কৰিব, দিনটো শুভ হ’ব৷ শুভ সংখ্যা ৪৷
বৃষ ঃ মাটি–সম্পত্তি কিনোতে অলপ সাৱধান হ’ব৷ কর্মস্থানত কামৰ হেঁচা বাঢ়িব৷ প্রেমত খেলিমেলি হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
মিথুন ঃ দায়িত্ব আগতকৈ অলপ বাঢ়িব৷ নতুন কর্মৰ বাবে দূৰ ঠাই ভ্রমণ কৰিব পাৰিব৷ সামাজিক আৰু ৰাজনীতিকসকলৰ বাবে শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷
কর্কট ঃ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকটমুক্ত কৰিব৷ ভবাতকৈ অধিক ধনৰ আগমন হ’ব৷ আর্থিকত ভাল৷ বগা কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ২৷
সিংহ ঃ আর্থিকত ভাল৷ ভ্রমণত শুভ৷ পুৰণা মামলা–মোকর্দমাৰ পৰা মুক্ত হ’ব৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
কন্যা ঃ হেৰোৱা সম্পত্তি পুনৰ প্রাপ্তি হ’ব পাৰে৷ বিদ্যাত শুভ৷ আর্থিকত শুভ৷ শৰীৰ সম্পর্কে উদাস নহ’ব৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ২৷
তুলা ঃ বন্ধুবর্গৰ লগত বিভেদ হ’ব পাৰে৷ পাৰিবাৰিক জীৱনত শান্তি–সমৃদ্ধি বজাই ৰাখক৷ নীলা বস্ত্র পৰিধান কৰক৷ শুভ সংখ্যা ১৷
বৃশ্চিক ঃ সমাজসেৱীসকল অলপ সতর্ক থকা দৰকাৰ৷ উচ্চ বিষয়াৰ লগত যোগাযোগ বজাই ৰাখক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
ধনু ঃ শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ৷ নিজৰ অর্হতাৰ ওপৰত যোগ্যস্থান প্রাপ্তিৰ যোগ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷
মকৰ ঃ কর্মত শুভ৷ নিজৰ মান–সন্মান বচাই কাম কৰিব৷ পাৰিবাৰিক ক্ষেত্রত শুভ৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
কুম্ভ ঃ ৰাজনীতিক আৰু সমাজকর্মীসকলৰ বাবে শুভ৷ কর্মত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৩৷
মীন ঃ আর্থিক ব্যয় বৃদ্ধি পাব৷ কর্মক্ষেত্রত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ দিনটো ইমান ভালে যোৱা টান৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৭৷

You might also like