নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

TATA SKYত সলনি হ’ব NEWS LIVE আৰু ভগ্নী চেনেলসমূহৰ নম্বৰ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ কাইলৈৰ পৰা TATA SKYত সলনি হ’ব NEWS LIVE আৰু ভগ্নী চেনেলসমূহৰ নম্বৰ। এতিয়াৰেপৰা নিউজ লাইভ TATA SKYত উপলব্ধ হ’ব চেনেল নম্বৰ ১৯৭৩ত। একেদৰে ভগ্নী চেনেল ৰং ১৯৫২, ৰামধেনু ১৯৯০, নৰ্থ ইষ্ট লাইভ ১৯৭৬ আৰু ইন্দ্ৰধনু ১৯৬১ নম্বৰত উপলব্ধ হ’ব।
এতিয়াৰেপৰা চাব পাৰিব-
NEWS LIVE – 1973 নম্বৰত
RANG – 1952 নম্বৰত
RAMDHENU – 1990 নম্বৰত
NORTH EAST LIVE – 1976 নম্বৰত
INDRADHANU – 1961 নম্বৰত।

You might also like