ঠেলামৰা-ত সক্ৰিয় গুলীভৰ্তি পিষ্টলসহ এজনক গ্ৰেপ্তাৰ
ঢেকীয়াজুলিৰ ঠেলামৰা থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ মুছলিম চাপৰিত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই য়ুচুফ আলী নামৰ লোকজনৰ গৃহৰ পৰা এটা 7.65mm পিষ্টল উদ্ধাৰ কৰাৰ লগতে দুজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আৰক্ষীয়ে য়ুচুফ আলীক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ