নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিআইজি পার্থ সাৰথি মহন্তক বিশেষ টাস্ক ফ’ৰ্চৰ অতিৰিক্ত দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি এক নির্দেশযোগে অসম আৰক্ষীৰ ডি আই জি (প্রশাসন) পার্থ সাৰথি মহন্তক অতিৰিক্তভাৱে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ ডি আই জিৰ দায়িত্ব অর্পণ কৰিছে৷ নির্দেশটোত মহন্তক বর্তমানৰ দায়িত্বৰ লগতে অতিৰিক্তভাৱে বিশেষ টাস্ক ফ’ৰ্চৰ দায়িত্ব চম্ভালিবলৈ দিয়া হৈছে৷

You might also like