নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালী উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ  আজি ভোগৰ ভোগালী। মাঘ বিহু উপলক্ষে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়াতে টুইট কৰি শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

 

লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও জনাইছে ভোগালী বিহুৰ ওলগ। গৃহমন্ত্ৰী গৰাকীয়েও অসমীয়াতে টুুইট কৰে।

You might also like