নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ ধিংআটি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ

?লাহৰীঘাটৰ ধিংআটি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা।

?লাহৰীঘাটত ড্ৰাগছ সৰবাৰহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ শূন্য লৈ আৰক্ষীৰ গুলীচালনা।

?তিনি জাঁইকৈ গুলীচালনা কৰিব লগা হয় আৰক্ষীয়ে।

?মৰিগাঁও আৰক্ষীৰ আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ উদ্যোগত চলোৱা হৈছিল এই অভিযান।

?ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ আৰক্ষীয়ে তিনি জাঁইকৈ গুলীচালনা কৰে।

?ধৃত ড্ৰগছ সৰবাৰহকাৰীটোৰ নাম ছফিকুল ইছলাম।

?অভিযান কালত ধৃত ড্ৰাগছ সৰবৰাহকাৰী পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩১টাকৈ কণ্টেইনাৰ।

প্ৰেৰক কনক হাজৰিকা

You might also like