নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ ধিংআটি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ

🔶লাহৰীঘাটৰ ধিংআটি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা।

🔶লাহৰীঘাটত ড্ৰাগছ সৰবাৰহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ শূন্য লৈ আৰক্ষীৰ গুলীচালনা।

🔶তিনি জাঁইকৈ গুলীচালনা কৰিব লগা হয় আৰক্ষীয়ে।

🔶মৰিগাঁও আৰক্ষীৰ আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ উদ্যোগত চলোৱা হৈছিল এই অভিযান।

🔶ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ আৰক্ষীয়ে তিনি জাঁইকৈ গুলীচালনা কৰে।

🔶ধৃত ড্ৰগছ সৰবাৰহকাৰীটোৰ নাম ছফিকুল ইছলাম।

🔶অভিযান কালত ধৃত ড্ৰাগছ সৰবৰাহকাৰী পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩১টাকৈ কণ্টেইনাৰ।

প্ৰেৰক কনক হাজৰিকা

You might also like