নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১১ জুনঃ দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপন হৈ থকা ‘আজাদী কী অমৃত মহোৎসৱ’ ৰ সৈতে সংগতি ৰাখি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱৰ সভাগৃহত অনুষ্ঠিত হোৱা এখনি সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তেলী উপস্থিত থকা উক্ত সভাত মাৰ্ঘেৰিটা সমষ্টিৰ ২৫গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আৰু মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ ৫০গৰাকী হিতাধিকাৰীক আৰ্থিক সাহাৰ্য্যৰ চেক বিতৰণ কৰা হয় ৷
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like