অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মা-ৰ
- অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা-ৰ
- CJM আদালতত মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই
- ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব’ পতা বুলি অখিলৰ অভিযোগ নস্যাৎ
- দূৰ-দূৰণিলৈও নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে ব্যক্তিগত বা গল্ডেন থ্ৰেডছৰ কোনো সম্পৰ্ক নাই
- কাইলৈ AJP নেতা লুৰিণজ্যোতি গগৈ আৰু চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে গোচৰ
- ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা আনসকলৰ বিৰুদ্ধেও হ’ব গোচৰ
- ৩০ অক্টোবৰত হ’ব গোচৰৰ শুনানি
- জনালে অধিবক্তা কিশোৰ দত্তই
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ