নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক পদ এৰিলে সর্বানন্দ সোণোৱালে

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ দেশৰ নির্বাচন আয়োগে অসমৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ–নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছমুহূর্ততে বিধায়ক পদ ত্যাগ কৰিলে মাজুলীৰ বিধায়ক তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ বুধবাৰে সোণোৱালে বিধানসভাৰ অধ্যক্ষলৈ এক পত্রযোগে বিধায়ক পদ ত্যাগ কৰে৷

উল্লেখ্য যে সোমবাৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল অসমৰ পৰা ৰাজ্যসভালৈ বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷ ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ পিছতেই মঙলবাৰে সোণোৱালে অসম বিধানসভাৰ সদস্যপদ ত্যাগ কৰে৷

You might also like