নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু

🟥বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰৰ বাহন দুৰ্ঘটনাত পতিত।

🟥শ্বিলঙৰ নংপোত সংঘটিত ভয়ানক দুৰ্ঘটনাত মৃত্যু ৬জনকৈ ব্যক্তিৰ।

🟥 AS-26 B-7908 নম্বৰৰ বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰ সহিতে ৬জনকৈ ব্যক্তি।

🟥বিদ্যালয়খনৰ ফাদাৰ মেথিউ দাস, হেড মিষ্ট্ৰেচ মিলগ্ৰীণ ডেণ্টেচ , শিক্ষক মাইৰণ ৰেঞ্জাৰ, চিষ্টাৰ ৱৰ্কাৰ প্ৰমিলা তিৰ্কী, চিষ্টাৰ ৰ’জি ননগ্ৰীণ আৰু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰী নিহত ।

🟥ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই শোকাকুল পৰিৱেশ বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলত।

প্ৰেৰক পংকিল বৰ্মন

You might also like