দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে
- আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
- মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক
- লগতে বিয়লি প্ৰায় ৪:৩০ বজাত ছিংগাপুৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে
- নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো কৰিব সাক্ষাৎ
- আনহাতে নিশাই কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানকো সাক্ষাৎ কৰিব।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ