নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰ-কন্যাৰ দাৰ ঘাপত প্ৰাণ গল জন্মদাতা পিতৃৰঃ হোজাইৰ ডবকাৰ ৰৌৱাৰপাৰত শিহৰণকাৰী ঘটনা

নিয়মীয়া বাৰ্তা, ১৩ মেঃ

## হোজাইৰ ডবকাৰ ৰৌৱাৰপাৰত যোৱানিশা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷

## নিজ পুত্ৰ-কন্যাৰ দাৰ ঘাপত প্ৰাণ গল জন্মদাতা পিতৃৰ ৷৷

## পৈতৃক সম্পত্তিৰ ভাগ নিদিয়াৰ বাবেই পিতৃক হত্যা কৰাৰ অভিযোগ ৷৷

## নিহত লোকজনৰ নাম আব্দুল মান্নান ৷৷

## হত্যা কৰিয়েই পুত্ৰ কন্যাৰ পলায়ন ৷৷

##ঘটনাস্থলীত উপস্থিত মোৰাঝাৰ আৰক্ষী ৷৷

##হত্যাকাৰী পুত্ৰ কন্যাক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷৷

## ইফালে মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like