নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ ছেপ্টেম্বৰ ভাদ মাহৰ ২৪ তাৰিখ

মেষঃ ব্যৱসায়ীসকল লাভৱান হ’ব৷ মাতৃৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ শিক্ষক, উকীল আদিৰ মধ্যম৷ ভ্রমণ সাৱধান হওক৷ প্রেমত শুভ সংযোগ৷
বৃষঃ আর্থিকত চিন্তিত হ’ব৷ নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব৷ অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব৷ দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা৷
মিথুনঃ ওচৰ–চুবুৰীয়াৰ লগত কিবা আহুকাল পাব৷ কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷
কর্কটঃ কর্মক্ষেত্রত কিছু বাধাৰ কাৰকতা৷ অংশীদাৰী কর্মত মিশ্রিত ফল লাভ কৰিব৷ বিবাহৰ যোগাযোগত শুভ৷ ভ্রমণত আর্থ হানিৰ যোগ৷
সিংহঃ ব্যৱসায়ত আয় বৃদ্ধি পাব৷ ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি৷ বন্ধুৰ পৰা সতর্ক হ’ব৷ দাম্পত্যত শুভ৷ কর্মসূত্রে ভ্রমণ যোগ৷
কন্যাঃ খৰচৰ ক্ষেত্রত সতর্ক থাকিব৷ নিবনুৱাৰ বাবে মধ্যম দিন৷ মাতা–পিতাৰ স্বাস্থ্য ভালে নাযাব৷ প্রেমত নতুন সমস্যাই দেখা দিব পাৰে৷
তুলাঃ উচ্চ শিক্ষার্থীৰ বাবে শুভ সংযোগ৷ দেহ কষ্টৰ উপশম পাব৷ প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷
বৃশ্চিকঃ নিবনুৱা ব্যক্তিৰ কর্ম প্রাপ্তিত বাধা আহিব পাৰে৷ আর্থিক দিশত শুভ৷ দাম্পত্য জীৱন মধ্যমীয়া৷ বিদ্যাত জটিলতা কম৷
ধনুঃ পাৰিবাৰিক দিশত চিন্তা থাকিব৷ নতুন সম্পদ ক্রয় কৰিব পাৰে৷ উর্ধ্বতন কর্তৃপক্ষৰ লগত মতানৈক্য হ’ব পাৰে৷ প্রেমত মতবিৰোধ৷
মকৰঃ ওচৰ–চুবুৰীয়াৰ লগত মানসিক সংঘাত৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব৷ প্রেমত মধ্যম৷ বিবাহৰ যোগাযোগত শুভ৷
কুম্ভঃ পুৱাৰ ভাগত অনুকূল৷ সৰু–সুৰা সমস্যাত বিব্রত বোধ কৰিব৷ আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত৷
মীনঃ মানসিক চাপ বৃদ্ধি পাব৷ বিদ্যাত যত্ন লওক৷ শৰীৰ সম্পর্কীয় কথাত সাৱধান হোৱা উচিত৷ শিল্প–সংস্কৃতিত সুনাম

You might also like