নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ অক্টোবৰ, আহিন মাহৰ ১৪ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : ভৰণী, যাত্রা : মধ্যম

মেষ : দিনটোত বিশেষ সাৱধানেৰে চলা ভাল ৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৯ ৷
বৃষ : বন্ধুৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব ৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে ৷ দাম্পত্যত মতবিৰোধ ৷ শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ৫ ৷
মিথুন : পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব ৷ বিদ্যাত মধ্যম ৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৬ ৷
কর্কট : পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক ৷ আর্থিক দিশত আয়ৰ মাত্র বৃদ্ধি পাব ৷ প্রেমত বাধা ৷ বিয়া–বাৰুৰ যোগাযোগত শুভ ৷ শুভ ৰং মেৰুন ৷ শুভ সংখ্যা ২ ৷
সিংহ : দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে ৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা ৷ প্রেমত আনন্দ ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ১ ৷
কন্যা : কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব ৷ দাম্পত্যত মধ্যম ৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক ৷ শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ৫ ৷
তুলা : প্রায়বোৰ কথাতে মন নিদিয়াই ভাল ৷ মূল কথাৰ প্রতি সজাগ থকা ভাল ৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৬ ৷
বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব ৷ মানসিক অৱস্থা মধ্যম ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৯ ৷
ধনু : খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক ৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ প্রেমত বাধা ৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৩ ৷
মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব ৷ বিদ্যার্থীৰ বাবে দিনটো শুভ ৷ চুটি ভ্রমণ হ’ব পাৰে ৷ প্রেম–প্রণয়ত উৎসাহ ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৮ ৷
কুম্ভ : পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব ৷ বিদ্যাত কিছু আশাপ্রদ ৷ শৰীৰ মধ্যম ৷ ভ্রমণ কৰিব পাৰে ৷ শুভ ৰং ক’লা ৷ শুভ সংখ্যা ৭ ৷
মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব ৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব ৷ হাতলৈ ধন অহাৰ যোগ আছে ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৩ ৷

You might also like