নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ মার্চ, ফাগুন মাহৰ ৩০ তাৰিখ
বৃহস্পতিবাৰঃ তিথি– শুক্লা চতুর্থী, নক্ষত্রঃ ভৰণী, যাত্রাঃ শুভ

মেষঃ ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথাত আগনবঢ়াই ভাল৷

বৃষঃ পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ প্রেমত সাৱধান হ’ব৷ স্বাস্থ্য মধ্যমীয়া৷

মিথুনঃ মানসিক অশান্তি ভুগিব পাৰে৷ বিবাহত সমস্যাৰ সন্মুখীন হ’ব৷ কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক৷ চাকৰিয়ালৰ শুভ৷

কর্কটঃ অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা৷ প্রেমত নতুন প্রস্তাৱ আহিব৷ অধ্যয়নত নিৰুৎসাহ হোৱাৰ যোগ৷

সিংহঃ পুৰণি ৰোগৰ উপশম হ’ব৷ ব্যৱসায়ভিত্তিক উত্থান–পতনে আর্থিক লাভৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ প্রেমত আনন্দ৷ বিদ্যাত সাফল্য৷

কন্যাঃ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পঢ়া–শুনাত চেষ্টা অব্যাহত ৰাখত৷ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷

তুলাঃ মহিলাসকলে গৃহত সুখ–শান্তি লাভ কৰিব৷ সন্তানৰ ভালেই যাব৷ ছাত্র–ছাত্রীসকলৰ বাবে দিনটো শুভ৷ মনোবল ৰাখিব৷

বৃশ্চিকঃ সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱাম্বিত কৰিব৷ কর্মক্ষেত্রত সৰু–সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷

ধনুঃ বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ বিদ্যাত জটিলতা৷ প্রেমত আনন্দপ্রাপ্তি৷

মকৰঃ চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল৷ আর্থিক দিশত উন্নতি লাভ কৰিব৷ বিবাহৰ যোগাযোগ৷ প্রেমত মধ্যম৷

কুম্ভঃ চাকৰিত সাফল্য লাভৰ যোগ৷ বিদ্যাত খুব এটা বেয়া নহয়৷ পেটৰ অসুখে আমনি দিব পাৰে৷ প্রেমত শুভ৷

মীনঃ বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ প্রেমত আনন্দ ৷

You might also like