পৰ্বতঝোৰাত ৰেলৰ খুন্দাত নিহত যুৱক
- পৰ্বতঝোৰা টিপকাইত ৰেলৰ খুন্দাত নিহত এজন যুৱক।
- নিশা ৰেল পথ অতিক্ৰম কৰোঁতে ৰেলৰ খুন্দাত নিহত হোৱাৰ সন্দেহ!
- নিহত যুৱকজন ছিলকীখাতা প্ৰথম খণ্ড গাঁৱৰ দাহাৰ বসুমতাৰী।
- RPF বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCHলৈ প্ৰেৰণ কৰে।
ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ