জুবিন গার্গ গোচৰৰ ৩০ মার্চত শুনানিৰ দিন ধার্য আদালতৰ
প্রাণৰ শিল্পী জুবিন গার্গ হত্যাকাণ্ডৰ অভিযুক্তৰ চার্জফ্রেমৰ শুনানি আজিৰে পৰা পুনৰ আৰম্ভ হৈছে কামৰূপ মহানগৰ জিলা আৰু সত্র ন্যায়াধীশৰ আদালতত৷
উল্লেখ্য যে আজি চৰকাৰী অধিবক্তাৰ দলৰ তৰফৰ পৰা আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চার্জ শুনানি সম্পন্ন হয়৷…