অজাপৰ ধেমাজি জিলা সমিতিৰ সমূহীয়া পদত্যাগ : TMC-ত যোগদান
সমগ্ৰ অসমতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে হঠাতে নিজ দলৰ পৰা পদত্যাগ কৰি অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ ধুম উঠি থকাৰ সময়তে আচম্বিতে অসম জাতীয় পৰিষদৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷
অসম জাতীয় পৰিষদৰ…