নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বনাঞ্চলত বেদখল উচ্ছেদ

বনাঞ্চলসমূহ পৃথিৱীৰ হাঁওফাঁওস্বৰূপ৷ বনাঞ্চলসমূহে বায়ুমণ্ডলৰ পৰা এঙাৰ গেছ শুহি লৈ অম্লজান গেছ এৰি দিয়ে আৰু আমি জীৱকুলে সেই অম্লজান গেছকে সেৱন কৰি জীৱন ধাৰণ কৰোঁ৷ পৃথিৱীত জীৱজগতখনৰ অস্তিত্বৰ মূল আধাৰেই হৈছে এই অম্লজান গেছ৷ গতিকে, বায়ুমণ্ডলত…

১৩ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ ফেব্রুৱাৰী, মাঘ মাহৰ ৩০ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : মূলা, যাত্রা : নাই মেষ : মন স্থিৰ ৰখা দৰকাৰ হ’ব৷ অনাহক হ’লেও মনবিৰোধী কথাত খং উঠিব পাৰে৷ ভবা মতে কামত অগ্রসৰ হ’ব৷ শুভ বর্ণ মেৰুণ৷ শুভ সংখ্যা ২৷ বৃষ : চোৰৰ পৰা…

গৌৰীপুৰ আৰক্ষীৰ অভিযানত দুই চিলনী চোৰক আটক

ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা দুই চিলনী চোৰকে ধৰি দলটোৰ সহযোগীৰূপী এজন সোণৰ অলংকাৰৰ ব্যৱসায়ীক জিলাখনৰ গৌৰীপুৰ আৰক্ষীৰ এটি দলে আজি কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গৌৰীপুৰ আৰক্ষী থানাৰ এছএইচঅ'…

ঢেকীয়াজুলিত চিলনী চোৰে মহিলাৰ ডিঙিৰ পৰা নিলে ডেৰ তোলা ওজনৰ সোণৰ চেইন

ঢেকীয়াজুলিৰ চিৰাজুলি সত্ৰ গাঁৱত চিলনী চোৰে এগৰাকী মহিলাৰ পৰা ডেৰ টোলা ওজনৰ সোণৰ চেইন কাঢ়ি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত । ঘটনাৰ বিৱৰণী অনুসৰি, ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ উদ্যোগত আজিৰে পৰা "জীৱিকা স্থিতিস্থাপকতাৰ বাবে বস্ত্ৰশিল্পত বহনক্ষম উদ্ভাৱন আৰু ভৱিষ্যতৰ প্ৰস্তুত দক্ষতাৰ ওপৰত ভাৰতৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ" শীৰ্ষক…

পুনৰ বহি:ৰাজ্যত অসমৰ যুৱকক হত্যা…

পুনৰ বহি:ৰাজ্যত অসমীয়া যুৱকক হত্যাৰ এক ঘটনা পোহৰলৈ আহিছে। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল অসমৰ যুৱকজন। তেলেংগানাৰ হায়দৰাবাদত নগাঁৱৰ যুৱকজনক হত্যা কৰি ৰছীৰে ওলোমাই থৈ যায়। মৃত যুৱকজন নগাঁও পুৰণিগুদাম বৰপানীগাঁৱৰ নৃপেন বৰা (৪৫)।…

নগাঁৱত জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা

ডিজিটেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : নগাঁও জিলা কৃষি বিভাগ আৰু আটমাৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হয় দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা। দুদিনীয়াকৈ আয়োজন কৰা এই কৃষক মেলাখনৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় অথবা কৃষি গৱেষণা…

নগৰবেৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

শেহতীয়াকৈ সংহত শিশু উন্নয়ন আঁচনি, চমুকৈ আইচিডিএছৰ পৰিৱৰ্তে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক পিএম পোষণ-২ত সাঙুৰি আঁচনিৰ ধন কৰ্তন কৰাত জাঙুৰ খাই উঠিছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকল | আজি নগৰবেৰাত তিনি শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই তেওঁলোকৰ বিভিন্ন…

নিয়োগ বাৰ্তা : ৰে’লৱে নিযুক্তি ব’ৰ্ড গ্রুপ ‘ডি’ত ২২,০০০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ ফেব্রুৱাৰী ৰে’লৱে নিযুক্তি ব’র্ডে CEN 09/2025ৰ অধীনত RRB Group D Recruitment-২০২৬ৰ বাবে এখন চমু অধিসূচনা প্রকাশ কৰিছে৷

মাছ ব্যৱসায়ীৰ আক্ৰমণত চাফাই কৰ্মী নিহত

ডিগবৈ চাৰিআলি বজাৰত আজি পুৱাৰ ভাগত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। ডিগবৈ পৌৰসভাৰ এক অস্থায়ী চাফাই কৰ্মী বুদ্ধেশ্বৰ গড় (২৬) বজাৰৰ মাছ ব্যৱসায়ীৰ দলবদ্ধ আক্ৰমণত নিহত হৈছে। ঘটনা অনুসৰি, বুদ্ধেশ্বৰে ডিগবৈ চাৰিআলি বজাৰত নিজৰ চাফাই কৰ্ম সম্পাদন কৰি…