নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙক লৈ ব্যস্ত ঢকুৱাখনাৰ মিচিং সমাজ

ৰং সলাইছে প্রকৃতিয়ে। আকাশে-বতাহে ৰং ছটিয়াই আহিছে উদাসী শুকান ফাগুন। চৌদিশে ফুলিছে পলাশ, মদাৰ, শিমলু। ৰাঙলী হৈছে ৰাজ্যৰ আকাশ। ফাগুনৰ আগমনে কঢ়িয়াই আনিছে উৎসৱৰ বতৰা। ফাগুন মানেই যেন ঐনিতম, গুমৰাগৰ সময়। ফাগুন মানেই যেন আলি-আয়ে-লৃগাং।…

বিশ্বকাপত প্রথমটো জয়েৰে ক্ৰিকেটত সোণালী অধ্যায় আৰম্ভ ইটালীৰ

নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : সকলোৱে তেওঁলোকক ফুটবলৰ দেশ হিচাপে চিনি পায়৷ কিন্তু এইবাৰ তেওঁলোকে ক্রিকেট জগতত নিজৰ স্থান দখল কৰিছে৷ বিশ্বকাপত ইটালীয়ে প্রথমটো জয়ৰ সোৱাদ লাভ কৰিছে৷ ৬ মাহ পূর্বে টি–২০ বিশ্বকাপত খেলিবলৈ ক্লীয়াৰেঞ্চ লাভ কৰি ইতিহাস…

বাংলাদেশৰ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত তাৰিক ৰহমানক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (BNP) ঐতিহাসিক বিজয়ৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে BNP নেতা তাৰিক ৰহমানক উষ্ম অভিনন্দন জনাইছে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এটা বাৰ্তাত…

নলবাৰী জিলা কাৰাগাৰত কয়দীৰ মাজত বাঁহ-বেতৰ শিল্পৰ প্ৰশিক্ষণ

নলবাৰীৰ জিলা কাৰাগাৰত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থ সাহায্যত স্থানীয় স্বেচ্ছাসেৱী সংগঠন নলবাৰী ৰুৰেল ডেভেলপমেন্ট এচোছিয়েচনৰ উদ্যোগত কাৰাগাৰখনৰ ৩০গৰাকী কয়দীৰ মাজত অসমৰ পৰম্পৰাগত বাঁহ-বেতৰ শিল্পৰ প্ৰশিক্ষণ শিবিৰ…

১ মার্চ–৩১ মে’লৈ কোনো ছুটী নাপাব ৰাজ্যিক কর্মচাৰীয়ে

নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : সমাগত বিধানসভা নির্বাচনৰ বাবে চৰকাৰী কর্মচাৰীৰ সকলো ধৰণৰ ছুটী বাতিল কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যিক কর্মচাৰীয়ে অহা ৩ মাহলৈ কোনোধৰণৰ ছুটী নাপাব বুলি কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে বিধানসভা…

পাইলটে ইচ্ছাকৃতভাৱে ইন্ধনৰ ছুইচ বন্ধ কৰাৰ ফলতে আহমেদাবাদৰ ভয়ংকৰ বিমান দুর্ঘটনা

🔹 ইটালীৰ দৈনিক কাকত ‘কোৰিৱেৰ ডেলা ছেৰা’ৰ বিস্ফোৰক দাবী নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : যোৱা বছৰ জুন মাহত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যিখন বিমান ভাঙি পৰিছিল সেয়া কোনো দুর্ঘটনা নাছিল৷ ইচ্ছাকৃতভাৱে বিমানৰ ইন্ধনৰ ছুইচ বন্ধ কৰি দিছিল পাইলটে৷ ইটালীৰ…

নামিবিয়াক হৰুৱাই বিশ্বকাপত ক্রমাগত দ্বিতীয় জয়লাভ টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ চলিত টি–২০ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত আছে৷ কালি ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ মেচখনত ঘৰুৱা দল টীম ইণ্ডিয়াই নামিবিয়াক ৯৩ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি…

১১৪ ৰাফেল যুদ্ধ বিমান ক্রয়ত অনুমোদন কেন্দ্রৰ

ডিজিটেল ডেস্ক, ১৩ ফেব্রুৱাৰী : ভাৰতে লোৱা সিদ্ধান্তত টোপনি হৰিছে চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানৰ৷ ফ্রান্সৰ পৰা ১১৪খন নতুন ৰাফেল যুদ্ধ বিমান ক্রয় কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিলে ৰাজনাথ সিঙৰ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে৷ চলিত মাহতেই…

সম্পাদকীয় : বনাঞ্চলত বেদখল উচ্ছেদ

বনাঞ্চলসমূহ পৃথিৱীৰ হাঁওফাঁওস্বৰূপ৷ বনাঞ্চলসমূহে বায়ুমণ্ডলৰ পৰা এঙাৰ গেছ শুহি লৈ অম্লজান গেছ এৰি দিয়ে আৰু আমি জীৱকুলে সেই অম্লজান গেছকে সেৱন কৰি জীৱন ধাৰণ কৰোঁ৷ পৃথিৱীত জীৱজগতখনৰ অস্তিত্বৰ মূল আধাৰেই হৈছে এই অম্লজান গেছ৷ গতিকে, বায়ুমণ্ডলত…

১৩ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ ফেব্রুৱাৰী, মাঘ মাহৰ ৩০ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : মূলা, যাত্রা : নাই মেষ : মন স্থিৰ ৰখা দৰকাৰ হ’ব৷ অনাহক হ’লেও মনবিৰোধী কথাত খং উঠিব পাৰে৷ ভবা মতে কামত অগ্রসৰ হ’ব৷ শুভ বর্ণ মেৰুণ৷ শুভ সংখ্যা ২৷ বৃষ : চোৰৰ পৰা…