মাছ ব্যৱসায়ীৰ আক্ৰমণত চাফাই কৰ্মী নিহত
ডিগবৈ চাৰিআলি বজাৰত আজি পুৱাৰ ভাগত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। ডিগবৈ পৌৰসভাৰ এক অস্থায়ী চাফাই কৰ্মী বুদ্ধেশ্বৰ গড় (২৬) বজাৰৰ মাছ ব্যৱসায়ীৰ দলবদ্ধ আক্ৰমণত নিহত হৈছে।
ঘটনা অনুসৰি, বুদ্ধেশ্বৰে ডিগবৈ চাৰিআলি বজাৰত নিজৰ চাফাই কৰ্ম সম্পাদন কৰি…