নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদয়বিদাৰক কাণ্ড : দুৰ্বৃত্তই জ্বলা দিলে এগৰাকী অশীতিপৰ আইতাৰ দোকান

নগৰবেৰাৰ হেকৰা-সাউৰাতলত পথত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনোবা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে এগৰাকী অশীতিপৰ আইতাৰ গেলামাল দোকান। ধূপধৰা আৰক্ষী থানাৰ অধীনস্থ সাউৰাতলত সূৰোবালা মণ্ডল আইতাই বিগত বহু বছৰ ধৰি…

নামনি অসমৰ ভাৰত-বাংলা সীমান্তত বাংলাদেশী মৌলবাদী শক্তিৰ টিঘিলঘিলনি!

সম্প্ৰতি অসম আৰক্ষীৰ এছটিএফে অস্ত্র-শস্ত্ৰ আৰু ডিজিটেল জেহাদৰ এক ভয়ংকৰ নেটৱৰ্ক উৎখাত কৰি নামনি অসম আৰু মধ্য অসমৰ পৰা ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুৰ্গম অঞ্চল বাংলাদেশী মৌলবাদী সংগঠন এছামৰ…

উভতি চাওঁ – গুৱাহাটীত বহু অভিলাষী প্ৰকল্প মুকলি

২০২৫ বৰ্ষটো গুৱাহাটীৰ বাবে আছিল এক উল্লেখনীয় বৰ্ষ। কিয়নো এই বৰ্ষটোতে গুৱাহাটীত বহু অভিলাষী প্ৰকল্প মুকলি কৰা হয়। যি প্ৰকল্পই গুৱাহাটীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য- 📌২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

উভতি চাওঁ – হেৰুৱালো হাৰ্টথ্ৰব জুবিন গাৰ্গক

চাওঁতে চাওঁতে ২০২৫ বৰ্ষটো আমাৰ মাজৰ পৰা পাৰ হবলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী। এই পাৰ হৈ যোৱা বছৰটো আমাৰ বাবে কিমান বেদনাদায়ক আছিলে, সেই কথা ১৯ ছেপ্টেম্বৰৰ সেই বেদনাহত খবৰটো। যি বাতৰি কোনোদিন কোনোকালে অসমীয়া হিচাপে সকলোৱে চাব বিচৰা নাছিল, যি…

উভতি চাওঁ – ২০২৫ বর্ষই গঢ়িলে উষ্ণতাৰ অভিলেখ

মানুহৰ কার্যকলাপৰ ফলত পৃথিৱীৰ জলবায়ুৰ পৰিৱর্তনে দ্রুতভাৱে শোচনীয় ৰূপ পৰিগ্রহণ কৰিবলৈ ধৰাৰ উদাহৰণ তুলি ধৰিছে মেলানি মাগিবলৈ লোৱা ২০২৫ বর্ষটোৱে৷ ২০১৫ বর্ষৰ পেৰিছ চুক্তি অনুসৰি, গোলকীয় উষ্ণতাৰ হাৰ প্রাক্ ঔদ্যোগিক কালৰ ১.৫ ডিগ্রী ছেলচিয়াছতকৈ…

বিশেষ সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা প্রকাশ

অসমৰ সকলো বিধানসভা সমষ্টিৰ বিশেষ সংশোধনী (এছ আৰ ২০২৬)ৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্রকাশ কৰা হৈছে৷খচৰা ভোটাৰ তালিকাত মুঠ ২,৫২,০১,৬২৪গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু ২০২৫চনৰ জানুৱাৰীত প্ৰকাশিত পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা ১.৩৫%…

শ্যামকানু–সিদ্ধার্থৰ বিৰুদ্ধে বিস্ফোৰক তথ্য গৰিমা গার্গৰ

প্রাণৰ শিল্পী, সংগীতপ্রাণ জুবিন গার্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি শীর্ষ আৰক্ষী বিষয়া মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত গঠিত এছআইটিয়ে কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে গোচৰৰ অভিযোগনামা৷ এই অভিযোগনামাৰ…

ৰীমা দাসলৈ ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱার্ড

নতুন বছৰৰ আৰম্ভণিৰ প্রাক্ক্ষণত অসমবাসীৰ বাবে আন এটি ভাল খবৰ কঢ়িয়াই আনিছে বিশিষ্ট বোলছবি পৰিচালক ৰীমা দাসে৷ ইতিপূর্বে ‘ভিলেজ ৰকষ্টার্ছ’ ছবিৰ জৰিয়তে শ্রেষ্ঠ আন্তঃৰাষ্ট্রীয় ছবিৰ একাডেমী বঁটা আৰু ৰাষ্ট্রীয় চলচ্চিত্র বঁটাকে ধৰি বিভিন্ন…

বুজন পৰিমাণৰ হেৰ’ইনসহ আটক ড্ৰাগছ ব্যৱসায়ী

বৰপেটা জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। এইবাৰ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইনসহ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো হৰিপুৰ গাঁৱৰ চৰিফ মিঞাৰ পুত্ৰ ছাহজামাল মিঞা বুলি জানিব পৰা গৈছে। গোপন…

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাৰ ওপজা দিন উদযাপন

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক প্ৰতাপ হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিনটো মৰিগাঁৱত বহুকেইটা সংগঠন আৰু অনুষ্ঠানৰ উদ্যোগত ৰাজহুৱা ভাবে উদযাপন কৰা হয়। অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন…