মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাৰ ওপজা দিন উদযাপন
মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক প্ৰতাপ হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিনটো মৰিগাঁৱত বহুকেইটা সংগঠন আৰু অনুষ্ঠানৰ উদ্যোগত ৰাজহুৱা ভাবে উদযাপন কৰা হয়।
অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন…