শিক্ষার্থীৰ অনুপস্থিতিৰ তথ্য প্রেৰণ হ’ব শিক্ষক–অভিভাৱকলৈ
ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্র–ছাত্রীৰ অনুপস্থিতি হ্রাস কৰাৰ বাবে স্বয়ংক্রিয় এছএমএছ (মেছেজ) সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে সর্বশিক্ষা অভিযানে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই স্বয়ংক্রিয় এছএমএছ (মেছেজ) সতর্কতা ব্যৱস্থা মুকলি…