প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত সীমান্তত ২১,৪০৭ অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ
উন্মুক্ত সীমান্তেৰে এতিয়াও অব্যাহত আছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ। ৪,০৯৬.৭০ কিলোমিটাৰব্যাপী ভাৰত বাংলাদেশ সীমান্তৰ ২০.৯২ শতাংশ এতিয়াও উন্মুক্ত। আৰু এই ৮৫৬.৭৭৮ কিলোমিটাৰৰ উন্মুক্ত সীমান্তেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালত…