বজালীৰ ২৫খন সত্ৰ-নামঘৰক অসম দৰ্শন আঁচনিৰ চেক প্ৰদান
নিয়মীয়া বাৰ্তা, পাঠশালা, ২ ডিচেম্বৰ : 'সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে গোটেই বছৰ পঢ়া-শুনা কৰে যদিও পৰীক্ষাৰ আগমুহূৰ্তত আৰু ভালকৈ পঢ়ে৷ ঠিক তেনেদৰে আমি আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছোঁ যদিও এতিয়া যিহেতু নিৰ্বাচন…