নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২ ডিচেম্বৰ, আঘোণ মাহৰ ১৫ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷ বৃষ :…

ট্র’ল (Troll) কৰিমেই

ট্র’ল (Troll) কৰিমেই 🔹 ড০ পার্থসাৰথি মহন্ত ট্র’লিং৷ এটা নতুন সংস্কৃতি৷ দোষ খোঁচৰাত আমি ব্যস্ত৷ নেতিবাচকতা আৰু ঈর্ষাত আমি নিবিষ্ট৷ এটা সময় আছিল– বৰ বেছিদিন নহয়– সমাজ এখন কৃপা, নম্রতা, ভদ্রতা, মর্যাদাৰ বাবে পৰিচিত হৈছিল৷ মতানৈক্য হৈছিল–…

অখিল গগৈয়ে এইকেইদিন ভ্ৰম বকিব : মন্ত্ৰী বিমল বৰা

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অন্ত পৰাৰ পিছতেই মন্ত্ৰী বিমল বৰা গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হয়। এইবাৰ সদনত বিশেষভাৱে চৰ্চিত বিষয় দুুটা হৈছে 'দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ'ল্ডিংছ (এমেণ্ডমেন্ট) বিল, ২০২৫ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ…

অষ্ট্ৰেলিয়াৰ ইতিহাসত প্ৰথম! দ্বিতীয় বিবাহত আবদ্ধ প্ৰধানমন্ত্ৰী আলবানিছ

ৰভাথলীৰ দৰে পৰিৱেশ, আলহী-অতিথিৰে ভৰপূৰ, চাৰিওফালে সুগন্ধি ফুল। কিন্তু এইবাৰ সংবাদ মাধ্যমৰ নজৰ কেৱল এখন বিয়াৰ ওপৰত— কাৰণ এই বিয়াখনত দৰা হৈছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজ। ১২৪ বছৰীয়া ফেডাৰেল চৰকাৰৰ ইতিহাসত প্ৰথমবাৰ, এগৰাকী…

নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ সম্পন্ন

🔹 বেদখলকাৰীৰ কবলৰ পৰা মুকলি ৫,৯৬২ বিঘা বনভূমি বিশেষ বার্তা, ১ ডিচেম্বৰ : নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্রৰ অন্তর্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলত পৰহিৰে পৰা নগাঁও জিলা প্রশাসনে চলোৱা বৃহৎ উচ্ছেদ কালি সম্পূর্ণ হয়৷ বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমি…

Ditwah ঘূৰ্ণিৰ তাণ্ডৱ : বায়ুসেনাৰ বিমানেৰে ২০০ৰো অধিক ভাৰতীয় নাগৰিকক উদ্ধাৰ

শ্ৰীলংকাত ঘূৰ্ণিবতাহ Ditwah-ৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুমুহা, মুষলধাৰে বৰষুণ আৰু ভূমিস্খলনৰ জটিল অৱস্থাই দ্বীপ ৰাষ্ট্ৰখনৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত কৰি পেলাইছে। এনে পৰিস্থিতিত শ্ৰীলংকাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক…

বিয়াত উপহাৰ হিচাপে হেলমেট! কইনাপক্ষৰ অনন্য উপহাৰত সৰ্বত্ৰ চৰ্চা

বিয়াত অতিথিসকলক উপহাৰ প্ৰদান কৰাটো বহুদিনৰ পৰম্পৰাগত প্ৰথা। কোনো কোনো ঠাইত কইনাপক্ষই বৰযাত্ৰীকো বিশেষ উপহাৰে সন্মান জনায়। কিন্তু ৰাজস্থানৰ কুচামনচিটিত অনুষ্ঠিত এখন বিয়াই এই পৰম্পৰাত এনে এটা নতুনত্ব আনিছে, যাৰ বাবে বিয়াখন দেশজুৰি দৃষ্টিনন্দন…

প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য… তাতেই অসমে পাব এখন ক্ৰিকেট ষ্টেডিয়াম

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী উমৰাংছ’ত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামখন যথেষ্ট গতিত সাজু হৈ উঠিছে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আদি দেশৰ আধুনিক ষ্টেডিয়ামক আদৰ্শ হিচাপে লৈ…

বিলাসীপাৰাত ন্যায়িক দণ্ডাধীশ-ক আক্ৰমণৰ চেষ্টা!

বিলাসীপাৰা ন্যায়িক দণ্ডাধীশ কাৰ্যালয় চৌহদত চাঞ্চল্যকৰ ঘটনা। তিনি দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা চলায় মহকুমা ন্যায়িক দণ্ডাধীশক। বেলতলীৰ পৰা পিছলৈ  আহি কাৰ্যালয় চৌহদত আক্ৰমণ চলায় তিনি দুৰ্বৃত্তই। বিলাসীপাৰাৰ সম-জিলাৰ কাৰ্যালয়ত…

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচন -ত ৫৪২টা পদৰ বিজ্ঞাপন

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচন -ৰ অধীনত ৫ শতাধিক পদত প্রার্থী নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ 🔹 আবেদনৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ