নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৮ নৱেম্বৰ, আঘোণ মাহৰ ১১ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ শৰীৰ খুব ভালেৰে যোৱা টান হ’ব৷ শুভ ৰং…

দুধনৈত গাঞ্জাসহ এগৰাকী সৰবৰাহকাৰী আটক

দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰীত গাঞ্জা সহ এগৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি  দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত আৰু দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ…

‘বাঘ দেৱতাই যাতে কাৰো অপকাৰ নকৰে…’ যোৰহাটত বাঘৰ ভৰিৰ খোজত ধূপ-চাকি জ্বলাই…

বিশেষ বাৰ্তা, যোৰহাট, ২৭ নৱেম্বৰ : সাম্প্ৰতিক সময়ত বিজ্ঞান-প্ৰযুক্তিয়ে উচ্চ শিখৰত আৰোহণ কৰাৰ পিছতো বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানৰ শৰণাপন্ন হ'ল যোৰহাটৰ বন বিভাগ। আজি পুৱতি নিশা যোৰহাটত মালৌ আলিৰ ভোগদৈ দলঙৰ ওপৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে…

বিজনীৰ উত্তৰাঞ্চল ৩নং চিকাঝোৰাত বন্যহস্তীৰ সন্ত্ৰাস…

নিয়মীয়া বাৰ্তা, বিজনী, ২৭ নৱেম্বৰ : ভাৰত–ভূটান সীমান্তৱৰ্তী অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩নং চিকাঝোৰা গাঁৱত প্ৰায় প্ৰতিদিনে তাণ্ডৱ চলাই আহিছে। বনৰীয়া হাতীৰ এই জাকটোৱে গাঁওখনৰ…

হোৱাইট হাউছৰ সমীপত বন্দুকধাৰীৰ গুলীচালনা…

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : হোৱাইট হাউছৰ সমীপত বন্দুকধাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দুজন নেচনেল গাৰ্ড। ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে মাৰ্কিন নিৰাপত্তাৰক্ষীয়ে। এই ঘটনাক ‘সন্ত্ৰাসবাদী আক্ৰমণ’ আখ্যা দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড…

সদৌ অসম লেখিকা সমাৰোহ সমিতি ডুমডুমা শাখাৰ মাহেকীয়া বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা, ডুমডুমা, ২৭ নৱেম্বৰ : সদৌ অসম লেখিকা সমাৰোহ সমিতি, ডুমডুমা শাখাৰ মাহেকীয়া বৈঠকখন ২৪ নৱেম্বৰত ৰূপাইস্থিত নিজা ভৱনত অনুষ্ঠিত হয় । শাখাৰ সম্পাদিকা ৰঞ্জিতা গগৈ বৰুৱাই আঁত ধৰা বৈঠকত আমন্ত্ৰিত অতিথি হিচাপে ডুমডুমা মহাবিদ্যালয়ৰ…

ডব্লিউটিচিৰ পইণ্ট তালিকাত পঞ্চম স্থানলৈ অৱনমিত ভাৰত…

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : গুৱাহাটীত লজ্জাৰ পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত অৱনমন হ’ল টীম ইণ্ডিয়া৷ পইণ্ট তালিকাত বর্তমান টীম ইণ্ডিয়াৰ স্থান হ’ল চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰ তলত৷ গুৱাহাটীত ৪০৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত…

হংকঙত সৰ্ববৃহৎ অগ্নিকাণ্ডত ৪৪জনৰ প্ৰাণহানি, ৩০০জন সন্ধানহীন

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : বুধবাৰে নিশা হংকং এক ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হয়। আধুনিক নগৰখনৰ গৌৰৱত আঘাত হানিছে বিগত তিনি দশকৰ ভিতৰত দেশখনত সংঘটিত হোৱা সৰ্ববৃহৎ অগ্নিকাণ্ডই। তাইপোত থকা বহু মহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছত জুই…

প্রাথমিক শিক্ষা বিভাগত ১০,৬৭৩টা শিক্ষকৰ পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ অসম চৰকাৰৰ প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ খালী হোৱা দহ সহস্রাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

শিৱসাগৰৰ নামতিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : শিৱসাগৰৰ নামতিত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নামতি চাৰিআলিত তিনি ড্ৰাগছ সৰবৰাহকাৰীসহ হেৰ'ইনখিনি জব্দ কৰে। নাজিৰা সম-জিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাইৰ…