নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ভূখণ্ডৰ ৩টা বিতর্কিত এলেকাৰ অন্তর্ভুক্তি নেপাল-ৰ মেপত

নেপালৰ কেন্দ্রীয় বেংক নেপাল ৰাষ্ট্র বেংকে বৃহস্পতিবাৰে জাৰি কৰিছে নতুন ১০০টকীয়া নোট৷ নোটখনত ছপা কৰা এখন মানচিত্রক লৈ সৃষ্টি হৈছে বিতর্কৰ৷ নেপালৰ কেন্দ্রীয় বেংকে নোটখনত বিতর্কিত কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নামৰ তিনিখন ঠাইক সামৰি…

ঘাতক মিছাইল ক্ৰয়ৰ দিশে ভাৰত, ৰাছিয়াৰ সৈতে ডিফেন্স ডীল!

ভাৰতে ‘অপাৰেচন সিন্দূৰ’ৰ পিছত সেনাৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ অবিৰতভাৱে কাম কৰি আছে। এই পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ সৈতে এটি ডাঙৰ প্রতিৰক্ষা চুক্তি হ’ব বুলি জানিব পৰা গৈছে। অপাৰেচন সিন্দূৰত S-400 এয়াৰ ডিফেন্স চিষ্টেমত খৰচ হোৱা মিছাইলসমূহো পুনৰ…

মই পুনৰ মুখ্যমন্ত্রী হ’লে অসমত প্রয়োগ হ’ব UCC : মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যত পুনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ২০২৬ চনত বিজেপি চৰকাৰ গঠন হ’লে অসমত প্রয়োগ হ’ব ইউনিফর্ম চিভিল ক’ড, চমুকৈ ইউচিচি (অভিন্ন দেৱানী বিধি)৷ এই কথা অসম বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বহুবিবাহ…

অসম বিধানসভাত গৃহীত বহুবিবাহ প্রতিৰোধী বিধেয়ক

দীঘলীয়া চর্চা তথা বিতর্কৰ অন্তত অসম বিধানসভা সাক্ষী হ’ল এক ঐতিহাসিক মুহূর্তৰ৷ নাৰী সবলীকৰণৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি, বাল্যবিবাহ প্রতিৰোধ, পঞ্চায়তত ৫০ শতাংশ মহিলা সংৰক্ষণৰ পাছত অসম বিধানসভাত গৃহীত…

গুৱাহাটীত দ্বিতীয় উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট আৰম্ভ

গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া কমপ্লেক্সত এক জাকজমকীয়া অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হৈছে দ্বিতীয় উত্তৰ–পূব পেৰা স্প’টছ মীট৷ যাদৱ চন্দ্র ভূঞাৰ সোঁৱৰণত ২০০৭ চনত স্থাপন কৰা উদয়াচল ট্রাষ্টৰ উদ্যোগত তথা অসম পেৰালিম্পিক এছ’চিয়েচন…

মহিলা প্রিমিয়াৰ লীগত আনছ’ল্ড অসম কন্যা উমা চেত্রী

অসমবাসীৰ বাবে দুঃখবৰ৷ মহিলা প্রিমিয়াৰ লীগৰ মেগা নিলামত আনছ’ল্ড অসম কন্যা উমা চেত্রী৷ সদ্যসমাপ্ত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলটোৰ সদস্য উমা চেত্রীক নতুন দিল্লীত অনুষ্ঠিত ২০২৬ৰ মহিলা প্রিমিয়াৰ লীগৰ খেলুৱৈৰ মেগা নিলামত কোনো…

প্রশিক্ষক পদৰ পৰা অপসাৰণ কৰা নহয় গম্ভীৰক, মন্তব্য বিচিচিআইৰ

গুৱাহাটীত সদ্যসমাপ্ত দ্বিতীয় তথা অন্তিমখন টেষ্টত লজ্জাৰ পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে কৈছিল যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে তেওঁৰ ভাগ্য নির্ণয় কৰিব৷ প্রশিক্ষক গৌতম গম্ভীৰৰ এই মন্তব্যৰ পিছতে মুখ খুলিলে বিচিচিআয়ে৷…

ভাৰতৰ সেউজ শক্তি

প্রদূষণৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত মানৱ জাতিৰ ভৱিষ্যতৰ বাবে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্রসমূহ বাৰুকৈয়ে শংকিত হৈ পৰিছে৷ জীৱাশ্ম ইন্ধনৰ দহনৰ বাবে বায়ুমণ্ডলত অপকাৰী গেছ আৰু কণাৰ পৰিমাণ দিনকদিনে বৃদ্ধি পাই আহিছে৷ কার্বনযুক্ত ইন্ধনৰ বিপুল চাহিদা আৰু…

বশিষ্ঠ চাৰিআলিত ভয়ানক অগ্নিকাণ্ড

বশিষ্ঠ চাৰিআলিত পুৱাই ভয়ানক অগ্নিকাণ্ড শৰ্মা কচমেটিক নামৰ বিপণীখনত এই অগ্নিকাণ্ড সংঘটিত হয় শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰা হৈছে প্ৰায় ২০ লক্ষাধিক টকাৰ সা সামগ্ৰী অগ্নিকাণ্ড ভস্মীভূত হয় অৱশ্যে আন বিপণীলৈ জুই…

ভাৰত-বাংলা সীমান্তৰে চাৰি বাংলাদেশী যুৱতীক পুছবেক

ৰাজ্যৰ ভাৰত-বাংলাদেশ সীমান্তইদি  বিভিন্ন ধৰণৰ চোৰাং বেহাৰ সমান্তৰালকৈ শেহতীয়াকৈ মানৱ সৰবৰাহো অব্যাহত থকাৰ সন্দেহ উত্থাপিত হৈছিল। তাকেই প্ৰতিষ্ঠিত কৰি ভাৰত-বাংলাদেশ সীমান্তইদি দালালৰ সহযোগত অসমত উপস্থিত হোৱাৰ পিছত ট্ৰেইনযোগে বঙাইগাঁওত…