২৮ নৱেম্বৰত ৩০০ টকাকৈ জলপানি দিব মেট্রিক পৰীক্ষার্থীক, মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা
বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : অসম আৰক্ষীৰ কনিষ্টবল, কমাণ্ডো, ইউবি, এছআইৰ পৰীক্ষাত উত্তীর্ণসকলক তিনি ডিচেম্বৰত প্রদান কৰা হ’ব নিযুক্তি–পত্র ৷ এই কথা ফেচবুক লাইভযোগে ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দীর্ঘদিন ধৰি কনিষ্টবল নিযুক্তিক…